বংশমৰ্য্যাদাবংশাংকুৰ

বংশলতা (Assamese) [ Roman: bong.xo.lo.ta]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-07-18
1. (Abstract Noun) details of one's family and ancestry. কোনো ব্যক্তিৰ পৰিয়াল আৰু বংশৰ বিশদ তথ্য।

Contributed by: Partha P Sarmah on 2008-09-23
2. (Common Noun-Neuter) a diagram or chart that shows the relationship between the members of a family for a long period of time or several generations. পৰিয়ালৰ সদস্য সকলৰ মাজৰ বহুপুৰুষ জোৰা সম্বন্ধ দেখুৱাই তৈয়াৰ কৰা মানচিত্ৰ৷