বদ্ধাঞ্জলিবদৰপুৰ

বদ্ৰীনাথ (Assamese) [ Roman: bo.dri.nath]
Contributed by: Atul Ch. Kakoti on 2009-04-04
1. (Proper Noun) A holly place of Hindu. Which is situated in the northern part of Uttaranchal Pradesh at a height of 3133mt from sea level. হিন্দু ৰ্ধম্মাৱলম্বীৰ এখন ৰ্তীথস্হান ৷ উত্তৰাঞ্চল প্ৰদেশত সাগৰ পৃস্ঠৰ পৰা ৩১৩৩ মিটাৰ উচ্চতাত হিমালয়ৰ ৰ্পব্বতৰ ওপৰত অৱস্হিত ৷ বিশ্বাস ইয়াতেই বেদব্যাসে মহাভাৰত ৰচিছিল। শংকৰদেৱৰ প্ৰথম বৰগীত ইয়াত ৰচিত হৈছিল।