বহলে জাঁপবহাগ

বহা (Assamese) [ Roman: bo.ha]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-25
1. (Abstract Noun) A place where tents, huts, or other temporary shelters are set up, as by soldiers, nomads, or travelers. অস্থায়ী ঘৰ, তম্বু আদি য’ত সৈন্য, ভ্ৰমণকাৰী আদিয়ে থিতাপি লয়৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-25
2. (Verb-Trans.) to put into a cooking vessel in fire. জুইৰ ওপৰত ৰখা চৰু বা ৰন্ধা পাত্ৰৰ পানীত দে; যেনেঃ ভাত বহাবলৈ লওঁতেই আলহীজন আহিল।
English: place, put,
Assamese: বহা

Contributed by: Anup Raj Hazarika on 2022-10-26
3. (Verb-Trans.) embed (an idea, attitude, or habit) in one`s mind by persistent instruction. নিৰন্তৰ নিৰ্দেশনাৰ দ্বাৰা (এক ধাৰণা, মনোভাৱ বা অভ্যাস) মনত সোমোৱাই দে ৷