বহুবোৰবহুভাষিক

বহুব্ৰীহি (Assamese) [ Roman: bo`.hu.bri.hi]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2022-11-08
1. Language-Linguistics(Abstract Noun) one of the four principal compounds (xomax) in Assamese and Sanskrit grammar, where the word changes its meaning after compounding অসমীয়া আৰু সংস্কৃত ব্যাকৰণৰ এক প্ৰকাৰৰ সমাস; যি সমাসত শব্দৰ নিজা অৰ্থ প্ৰকাশ নকৰি অন্য বস্তুক বুজায়৷