বায়ু-গহ্বৰবায়ুকলা

বায়ুকল (Assamese) [ Roman: ba.yu.kol]
Contributed by: Partha P Sarmah on 2007-09-14
1. (Material Noun-Neuter) a tall thin structure with three moving blades used to change the power of wind into electricity; a machine driven by the wind power for grinding grain into flour বতাহৰ শক্তিক বিদ্যুতলৈ পৰিবৰ্ত্তন কৰা এক ক্ষীণ কিন্তু ওখ আৰু শক্তিশালী যন্ত্ৰ| ওপৰত তিনিখন পাংখা থাকে| শস্য খুন্দিবৰ বাবেও ব্যৱহাৰ হয়| বায়ুৰ সহায়ত চলে।