বিকাৰগ্ৰস্তবিকাৰী

বিকাৰগ্ৰস্ততা (Assamese) [ Roman: bi.kar.gros.to.ta]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-08-30
1. (Abstract Noun) slowness or limitation in intellectual understanding and awareness, emotional development, academic progress, etc. মানসিক বিকাশৰ মন্থৰতা; বুদ্ধিমত্তা আৰু সচেতনতা, আৱেগিক বিকাশ, বিদ্যায়তনিক প্ৰগতি আদিৰ ক্ষেত্ৰ লেহেমীয়া হোৱা গুণ