বিঘট্বিঘা-নিৰূপক

বিঘা (Assamese) [ Roman: bi.gha]
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-12-11
1. (Abstract Noun) A measure of land in India and its neighbouring countries that is equal to five kattha. ভাৰত আৰু চুবুৰীয়া দেশত ব্যৱহৃত মাটিৰ এক জোখ ৷ পাঁচ কঠাৰ সমান মাটি ৷
English: bigha,
Assamese: বিঘা

Lower Magnitude:

a. Abstract Noun: katha, কঠা, kata...
b. Abstract Noun: পূৰা...

Contributed by: Biraj Kumar Kakati on 2011-02-24
Ref: হেমকোষ (পুৰণি)
2. (Proper Adj.-Neuter) A land measure consisting of one forth of a Pura. এখন হালেৰে চহিব পৰা মাটি ৷ এপূৰাৰ চাৰি ভাগৰ এভাগ মাটিকালি ৷