বিনিৰ্মানবিনীত

বিনিৰ্মানবাদ (Assamese) [ Roman: bi.nir.man.bad]
Contributed by: Partha P Sarmah on 2007-08-11
1. (Abstract Noun) a mode of analytical inquiry,a theory in literature and philosophy that states that a text may possess so many different meanings that it cannot have a single, fixed meaning. It emphasizes the role of the reader in the production of meaning ১৯৬০ৰ দশকত জাক ডেৰিডাৰ প্ৰস্তাৱিত,পঠন সম্পৰ্কীয় এক সাহিত্যিক আৰু দাৰ্শনিক তত্ব, যাৰ মতে কোনো পঠনে কেৱল এটা বা নিৰ্দিষ্ট অৰ্থহে বহন নকৰে, বৰং ইয়াৰ পৰা উদঘাটিত হব পাৰে অলেখ নতুন অৰ্থ, পাঠকেও সেই পাঠৰ পৰা সৃষ্টি কৰিব পাৰে লেখকে নভবা অৰ্থৰ| অৰ্থাৎ পাঠকো পাঠৰ স্ৰষ্টা হ’ব পাৰে|