বিমূৰ্তবাদবিমৃশা

বিমূৰ্ত্ত (Assamese) [ Roman: bi.mur.to]
alt: বিমূৰ্ত
Contributed by: mayur chetia on 2011-05-10
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
1. (Proper Adj.-Neuter) Without any physical form; separated from reality, existing in the mind only. কোনো ভৌতিক ৰূপ নথকা; প্ৰকৃততে বা বাস্তৱিকতে উপলভ্য নোহোৱা, কেৱল মনত উদ্ভৱ হোৱা