বিলেপবিলেশয়

বিলেপন (Assamese) [ Roman: bi.le.pon]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-25
1. (Verbal Noun) the act of spreading or daubing (an oily, greasy, viscous, or wet substance) on or over something কিহবাৰ ওপৰত বা পৃষ্ঠত (কোনো তেলীয়া, বিজলুৱা বা তিতা বস্তু) সানি দিয়া কাৰ্য্য

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-25
2. (Common Noun-Neuter) any preparation applied to the body, especially the face, with the intention of beautifying it. সৌন্দৰ্য্য বৰ্দ্ধনৰ উদ্দেশ্যে শৰীৰত, বিশেষকৈ মুখত ঘঁহা কোনো বস্তু।