বিসঙ্গতবিসঙ্গতিপূৰ্ণ

বিসঙ্গতি (Assamese) [ Roman: bi.xong.go.ti]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-01
1. (Abstract Noun) an irregular way of functioning of the body or its cause that creates an illness. শৰীৰৰ সকলো কাম অনিয়মীয়া হোৱা বা ইয়াৰ কাৰণ, যি ৰোগ সৃষ্টি কৰে।

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-05-11
2. (Abstract Noun) not staying the same in behaviour or quality. আচৰণ বা গুণৰ ক্ষেত্ৰত একে হৈ নথকা।