বিসৰ্জবিসৰ্জন কৰ্

বিসৰ্জন (Assamese) [ Roman: bi.xor.jon]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-02-16
Ref: চন্দ্ৰকান্ত অভিধান
1. Hinduism(Verbal Noun) the ceremony of sending away a god or of immersion of an image into water at the end of a puja. পূজাৰ শেষত দেৱতাক বিদায় দিয়া কাৰ্য্য; প্ৰতিমা পানীত পেলোৱা কাৰ্য্য৷