বুকৰবুগাদু

বুখাৰী (Assamese) [ Roman: bu.kha.ri]
Contributed by: Partha P Sarmah on 2010-11-14
1. (Material Noun-Neuter) a kind of traditional room heater, mostly used in hilly, cold places in India. পাহাৰীয়া, ঠাণ্ডা ঠাইত ঘৰৰ কোঠা গৰম কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা চুলাৰ দৰে সামগ্ৰী, জ্বলাই ৰাখিলে কোঠালিতো গৰম হৈ থাকে৷