বুটা বচাবুটাম মাৰ্

বুটাম (Assamese) [ Roman: bu.tam]
1. (Material Noun-Neuter) a small decive to activate or deactivate an equipment or a series of automated actions. কোনো আহিলা-পাতি (যেনেঃ বিজুলী-চালিত যন্ত্ৰাদি) সংযোগ কৰা বা বিচ্ছিন্ন কৰা যন্ত্ৰ৷
English: switch,
Assamese: চুইচ, বুটাম

2. (Material Noun-Neuter) a device used to fetchen the opening of any clothings. চোলা আদি খুলিবলৈ বা বন্ধ কৰিবলৈ গাত লগাই ৰখা গুটিৰ দৰে ঘূৰণীয়া বা চেপেটা বস্তু বিশেষ৷
English: button,
Assamese: গুদাম, গুনঠি, বুটাম,
Bodo: गुदाम,
Mising: butam,
Meeteilon: kudam,
Nagamese: butam,
Dimasa: butam,
Bangla: বোতাম,
Deori: গুদাম