বুদ্ধদেৱবুদ্ধি

বুদ্ধমিত্ৰা (Assamese) [ Roman: bud.dho.mi.tra]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-08-29
1. Personalities(Proper Noun-Feminine) Buddhamitra was born in Mathura, about 60 AD, the daughter of wealthy Buddhists.Buddhamitra was trained by the monk Bala. Bala was a member of the orthodox Sarvastivadin sect. Buddhamitra`s contribution was remembered in 148AD. Her niece, a nun called Dhanavati, erected an inscription in honour of Buddhamitra in the city of Mathura. খ্ৰীঃ ৬০ চনত বৰ্তমানৰ মথুৰাত জন্ম গ্ৰহণ কৰা এগৰাকী বিদুষী বৌদ্ধ সন্যাসিনী৷ কুশান সাম্ৰাজ্য়ৰ সময়ত, বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে তেওঁ সাৰনাথৰ পৰা কাবুল পৰ্য্যন্ত গৈছিল৷