বুমু-কিয়াবাবুরুজ

বুমেৰাং (Assamese) [ Roman: bu.me.rang]
Contributed by: Anjali Sonowal on 2008-10-11
1. (Material Noun-Neuter) A curved flat piece of wood that can be thrown so as to return to the thrower, used by Australian aboriginals for hunting. অষ্ট্ৰেলিয়াৰ আদিবাসী সম্প্ৰদায়ৰ কিছুমান লোকে চিকাৰৰ বাবে ব্যৱহাৰ কৰা এবিধ কাঠৰ চেপেটা আহিলা,যি লক্ষ্যত আঘাত কিব নোৱাৰিলে প্ৰক্ষেপ কৰোঁতাৰ হাতলৈ ঘূৰি আহে ।

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-10-11
2. (Abstract Noun) A statement or course of action that backfires. কোনো মন্তব্য বা তদন্ত যি সময়ত ভবাৰ মতে নহৈ তাৰ বিপৰীত ফল হয়৷
English: boomerang,
Assamese: বুমেৰাং,
Dimasa: bumerang