বুৰহকেবুৰাই
বুৰা (Assamese) [ Roman: bu.ra]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-05-10
English: immerse,
Assamese: জুবুৰিয়া, জোবোৰা মাৰ্, ডুবা, নিমজ্জিত কৰ্, নিমজ্জিত হ, বুৰ মাৰ্, বুৰা,
Mising: ji
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-16
English: flood, inundate, submerge,
Assamese: প্লাৱিত কৰ্, বুৰা, বুৰাই দে, বুৰাই পেলা,
Bodo: दैबाना जा,
Garo: chi dubi, chi ripa, chio dubia
বুৰা (Assamese) [ Roman: bu.ra]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-05-10
1. (Verb-Trans.) dip into water or some fluid পানী বা অন্য তৰলত ডুবাই দে
Assamese: জুবুৰিয়া, জোবোৰা মাৰ্, ডুবা, নিমজ্জিত কৰ্, নিমজ্জিত হ, বুৰ মাৰ্, বুৰা,
Mising: ji
Different POS:
a. Verbal Noun: dipping, immersion, submersion, অৱগাহন, জোবোৰা...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-16
2. (Verb-Trans.) to cover or overflow with water পানীৰে ঢাকি পেলোৱা
Assamese: প্লাৱিত কৰ্, বুৰা, বুৰাই দে, বুৰাই পেলা,
Bodo: दैबाना जा,
Garo: chi dubi, chi ripa, chio dubia