বেতগাজবেতন আয়োগ

বেতন (Assamese) [ Roman: be.ton]
1. (Abstract Noun) a fixed amount of money paid to a worker, usually measured on a monthly or annual basis. সাধাৰণতে মাহিলী বা বাৰ্ষিক ভিত্তিত হিচাপ কৰা, কোনো কৰ্মীক দিয়া নিৰ্দ্দিষ্ট পৰিমাণৰ ধন।

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-07-07
2. (Verbal Noun) the act of banging or striking someone. কাৰোবাক পিটা বা মৰিওৱা কাৰ্য্য।