বেদানাবেদিকা উদ্ভিদ

বেদান্ত (Assamese) [ Roman: be.dan.to]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-22
1. (Material Noun-Neuter) Upanishad are part of Vedic literature. The Upanishads are the end part of the Vedas which briefly expound the philosophic principles of the Vedas and are considered the essence of the Vedas. Hindu scriptures that constitute the core teachings of Vedanta or Uttara Mīmansa of the six orthodox schools of Hindu philosophy. The term veda means "knowledge" and anta means "end", and originally referred to the Upanishads, a collection of foundational texts in Hinduism. প্রতিখন বেদ যি ৪ ধৰণৰ গ্রন্থৰ সমষ্টি তাৰ এখন হল উপনিষদ। ঋক, যজু, সাম, অথর্ব— প্রতিখন বেদ এটি সংহিতা (শ্লোক সংকলন), এটি ব্রাহ্মণা (প্রার্থনাসমূহৰ গদ্য ব্যাখ্যা) আৰু ব্রাহ্মণাৰ দুটি পৰিশিষ্ট— আৰণ্যক আৰু উপনিষদ—লৈ গঠিত। ভাৰতীয় দৰ্শনৰ যি ছটা সম্প্রদায়ে বেদৰ প্রামাণ্য স্বীকাৰ মানি লয়, তাৰে দুটা সম্প্রদায় নিঃসংশয়ে বৈদিক বা বেদমূলক। এটা হল পূর্ব-মীমাংসা বা সংক্ষেপে মীমাংসা, অন্যটি উত্তৰ মীমাংসা বা বেদান্ত। বেদৰ যত অন্ত হৈছে, অৰ্থাৎ উপনিষদৰ দৰ্শন হল বেদান্ত।