বৈয়াকৰণবৈয়াতী

বৈয়াকৰণিক (Assamese) [ Roman: boi.ya.ko.ro.nik]
Contributed by: Partha P Sarmah on 2011-03-01
1. (Adjective Adj.) relating to and determined by the grammar (of a particular language). কোনো এক ভাষাৰ ব্যাকৰণৰ সৈতে জড়িত বা ইয়াৰ দ্বাৰা নিৰ্ধাৰিত৷ বাক্য এটা সেই ভাষাৰ ব্যাকৰণৰ নীতি নিয়ম অনুসাৰে শুদ্ধ হোৱা বা নোহোৱা৷