বোন্দা-ৰোগবোন্দাপৰ দে

বোন্দাপৰ (Assamese) [ Roman: bo`n.da.por]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-27
1. (Abstract Noun) Waiting for long time for someone, like a cat waiting for a catch. কাৰোবাৰ বাবে দীঘলীয়াকৈ আমনিলগাকৈ ৰৈ থকা ৷ বোন্দাইও চিকাৰলৈ খাপ দিয়াৰ দৰে৷