ব্য়ক্তিনিষ্ঠব্ৰক্ষ্মপুত্ৰ

ব্ৰক্ষ্মতত্ব (Assamese) [ Roman: broh.mo.tot.wo]
Contributed by: Anjali Sonowal on 2010-02-13
1. Religious-Mythological(Abstract Noun) the field of study and analysis that treats of god and of God's attributes and relations to the universe; study of divine things or religious truth. ঈশ্বৰ আৰু দেৱ-দেৱীৰ মহিমা আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৈতে তেৰাসৱৰ সম্পৰ্ক সম্বন্ধে কৰা অধ্যয়ন আৰু বিশ্লেষণ; স্বৰ্গীয় বস্তু আৰু ধৰ্মীয় সত্য সম্পৰ্কে অধ্যয়ন