বঢ়নীবঢ়া

বঢ়মথুৰি (Assamese) [ Roman: bor.hom.thu.ri]
Contributed by: Manjit Nath (মনজিৎ নাথ) on 2010-02-11
1. Plants(Common Noun) One type of tree whose leaf colors are used as lipstick while dancing bihu by woman dancers in Assam. এবিধ গছ, যাৰ পাতৰ ৰস অসমৰ বিহুৱতীয়ে বিহু নাচ নচাৰ সময়ত ওঁঠত ৰং বোলাবলৈ ব্যৱহাৰ কৰে।