বৰমোহ্বৰল

বৰযাত্ৰী (Assamese) [ Roman: bor.ja.tri]
Contributed by: Partha P Sarmah on 2010-02-28
1. (Common Noun-Common) a group of people who accompany the bridegroom to the place of the bride on the day of the marriage and usually attend the marriage ceremony. বিয়াৰ দিনা দৰাৰ লগত কইনাৰ ঘৰলৈ যোৱা (আৰু বিয়াৰ সময়ত উপস্থিত থকা) দৰাঘৰীয়া লোক৷