বৰ্ণবাদীবৰ্ণবিন্যাস

বৰ্ণবিদ্বেষ (Assamese) [ Roman: bor.no.bid.wex]
Contributed by: Rupankar Mahanta on 2007-01-19
1. (Abstract Noun-Neuter) Prejudice based on the belief in the superiority of a particular race. কোনো এক জাতি বা জনগোষ্ঠী আনতকৈ শ্ৰেষ্ঠ বুলি কৰা বিশ্বাসক ভিত্তি কৰি কৰা বৈষম্য।