ভিঠাভিঠি ভিঠাছন (Assamese) [ Roman: bhi.tha.son]Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-30 1. (Verbal Adj.) to be entirely extinct by death of all in a family. বংশ নিৰ্ম্মূল হোৱা অৰ্থাত্ বংশৰ সকলো মৰি শেষ হোৱা৷ English: extinct, Assamese: নাম লুকা, নাম লোপ হ, নিঃসঁচ, ভিঠাছন, ভিঠিমৰীয়া