ভূ-পুত্ৰীভূ-বিজ্ঞান

ভূ-পৰ্যটন (Assamese) [ Roman: bhu-por.jo.ton]
Contributed by: Partha P Sarmah on 2011-02-23
1. (Abstract Noun) a branch of ecotourism that studies geographical, geomorphological, geological aspects of an area in addition to other features of ecotourism. কোনো এক অঞ্চলৰ পৰিবেশতন্ত্ৰৰ বিভিন্ন দিশৰ লগতে ইয়াৰ ভৌগোলিক, ভূতাত্বিক আৰু ভূ-আকৃতিগত বৈশিষ্টৰ অধ্যয়ণ আৰু সংৰক্ষণৰ লগতে স্থলদৃশ্য, জীৱাশ্ম, শিল, মণিক আদি প্ৰাকৃতিক সম্পদৰ বিষয়ে জ্ঞান আহৰণক সামৰি লোৱা পৰিবেশানুকুল পৰ্যটনৰ এটা অংশ৷