ভূৰুহভূৰ্ভং

ভূৰ্জপত্ৰ (Assamese) [ Roman: bhur.jo.po.tro]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-18
1. (Material Noun-Neuter) the bark of the Indian paper Birch, Betula bhojpatra (A paper is made from the inner bark. The outer bark can be carefully peeled off the tree (this does not harm the tree) and used as a paper. The outer bark can also be used as a waterproofing and for roofing houses. The bark is sometimes used as an incense. বেটুলা ভোজপত্ৰ প্ৰজাতিৰ এবিধ গছৰ বাকলি (বাকলিৰ ভিতৰৰ তৰপৰ পৰা এবিধ কাগজ তৈয়াৰ কৰা হয় ৷ বাহিৰৰ তৰপটো গছজোপাৰ একো অনিষ্ট নকৰাকৈ চটা-চটে এৰুৱাই পেলাব পাৰি ৷ ইয়াক ঘৰৰ চাল তৈয়াৰ কৰিবৰ বাবে আৰু পানী নসৰকা ব্যৱস্থাৰ বাবে ব্যৱহাৰ কৰিব পাৰি ৷ বাকলিৰ ভাল গোন্ধৰ বাবে ইয়াক সুগন্ধি হিচাপেও ব্যৱহাৰ কৰিব পাৰি ৷)