ভেকলি ভেকাহি মাৰ্
ভেকাহি (Assamese) [ Roman: bhe.ka.hi]
Contributed by: Biraj Kumar Kakati on 2008-06-28
English: harsh words,
Assamese: কটুক্তি, কেটাই-জেঙেৰীয়া, কেটেকেটীয়া, কেটেৰা, কেটেৰীয়া, গেজনীয়া, গেজেৰা, জেকেৰা, জেঙেৰা, জোকোৰা, ভেকাহি, হুকি
ভেকাহি (Assamese) [ Roman: bhe.ka.hi]
Contributed by: Biraj Kumar Kakati on 2008-06-28
1. (Adjective Adj.) words uttered in harshness. টানকৈ কোৱা কথা৷