ভোক্তীভোগ কৰ্

ভোগ (Assamese) [ Roman: bho`g]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-09
1. (Material Noun-Neuter) fruits and vegetarian food offered to Hindu God/Goddess নামঘৰ বা মন্দিৰত দেৱতাক নিবেদন কৰা নৈবেদ্য (মাহ, কল, কুঁহিয়াৰ ইত্যাদি)।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-14
2. (Abstract Noun) the possession, use, or occupancy of anything with satisfaction or pleasure সন্তোষ আৰু আনন্দেৰে কৰা কোনো বস্তুৰ দখল, ব্যৱহাৰ বা অধিকাৰ