ভ্ৰমণ বৃত্তান্তভ্ৰমণকাৰীৰ

ভ্ৰমণকাৰী (Assamese) [ Roman: bhro.mon.ka.ri]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-19
1. (Common Noun-Common) visitor to places of historical, cultural importance or of natural beauty. ঐতিহাসিক বা সাংস্কৃতিক গুৰুত্ব অথবা প্ৰাকৃতিক সৌন্দৰ্য্য থকা স্থান দৰ্শন কৰা লোক।

2. (Common Noun-Common) one who travels or moves from one place to another for gaining knowledge or some other meaningful purpose. জ্ঞান অৰ্জনৰ অৰ্থে বা আন কোনো অৰ্থপূৰ্ণ উদ্দেশ্যৰে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ভ্ৰমণ কৰা লোক