ভৰিৰ বুঢ়া আঙুলিভৰ্ছনা

ভৰ্ (Assamese) [ Roman: bhor]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-15
1. (Verb-Trans.) to pay under compulsion or pressure কাৰোবাৰ চাপত বা বাধ্যত পৰি টকা-পইচা শোধ কৰা
English: cough up,
Assamese: ভৰ্

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-16
2. (Verb-Trans.) to be filled completely so that no space remains inside সম্পূৰ্ণকৈ খালি ঠাই নোহোৱা হ