মণিকমণিকূটত

মণিকূট (Assamese) [ Roman: mo.ni.kut]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-18
1. (Material Noun-Neuter) a vestry, a room attached to a "Vaishnavite Hindu Namghar" in which the idol (Bhagawot, Kirtan, Gunamala etc) and other sacred things are kept. নামঘৰৰ এটা মূৰত সিংহাসন, ভাগৱত, বা অন্যান্য পৱিত্ৰ বস্তু ৰাখিবলৈ আৰু চাকি-বন্তি দিবৰ কাৰণে সজা এটা আছুতীয়া সৰু ঘৰ ৷
English: vestry,
Assamese: মণিকূট