মাগৰিবমাঘ বিহু

মাঘ (Assamese) [ Roman: magh Origin: সং. (হেম১৩)]
Contributed by: Partha P Sarmah on 2007-03-11
1. (Proper Noun-Neuter) the tenth month of the Assamese year, between Pooh and Faagoon অসমীয়া বছৰৰ দশম মাহ, পুহ আৰু ফাগুণৰ মাজত
Assamese: মাঘ,
Tai: ডিন্-ছাম

Example Sentences:

1. মাঘ মাহত ভোগালী বিহু উদযাপন কৰা হয়।