মান-নয়মান-মৰ্য্যাদা

মান-মণ্ডপ (Assamese) [ Roman: man-mon.dop]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-30
1. (Material Noun-Neuter) a place or building equipped and used for making observations of astronomical, meteorological, or other natural phenomena, esp. a place equipped with a powerful telescope for observing the planets and stars. গ্ৰহ-নক্ষত্ৰাদি আৰু সিবিলাকৰ গতি নিৰীক্ষণ কৰিবলৈ প্ৰয়োজনীয় যন্ত্ৰ-পাতি থকা আৰু সেইবাবে ব্যৱহাৰ কৰা ওখ ঘৰ বা ঠাই