মাহেকতমাহেকে

মাহেকীয়া (Assamese) [ Roman: ma.he.ki.ya]
Contributed by: ৰূপকমল on 2007-02-22
1. (Proper Adj.-Common) done, produced, or occurring once every month প্ৰতি মাহত এবাৰকৈ হোৱা বা ঘটা৷

Contributed by: Partha P Sarmah on 2007-02-22
2. (Abstract Noun) the process or time of the flow of blood from the uterus. মহিলাৰ জৰায়ুৰপৰা প্ৰতিমাহে তেজ নিৰ্গত হোৱাৰ প্ৰক্ৰিয়া বা সময়।