মিতব্যয়ী হমিতভাষী

মিতভাষ (Assamese) [ Roman: mit.bhax]
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-05-28
1. (Common Noun-Common) It is an unique form of creative writing, introduced to Assamese literature by Dr. Nagen Saikia . They are neither proses nor poetries. It is a compact form of creative writing, compact by use and choice of words and frequent use of imagery . The subject usually deals with human psychology and human nature. ডঃ নগেন শইকীয়া দেৱে পোনপ্ৰথম বাৰৰ বাবে অসমীয়া সাহিত্যত সংযোজন কৰা এবিধ নতুন শ্ৰেণীৰ সৃষ্টিশীল লিখনি | গদ্য আৰু কবিতাৰ(কথা কবিতাৰ দৰে)সংমিশ্ৰিত,অসমীয়া সাহিত্যৰ এটি নতুন ধাৰা | সাহিত্য সমালোচক সকলে মিতভাষক গদ্য আৰু পদ্য কোনোটো শ্ৰেণীতেই অন্তৰ্ভুক্ত কৰা নাই | চিত্ৰকল্পৰ সঘন প্ৰয়োগ আৰু শব্দৰ মিতব্যয়ী ব্যৱহাৰেৰে মানুহৰ মনোজগতৰ বৰ্ণন এই শ্ৰেণীৰ সৃষ্টিশীল লিখনিৰ বৈশিষ্ট্য |