মুল্য়ায়নমুষলধাৰ

মুষল (Assamese) [ Roman: mu.xol]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-06-08
1. (Material Noun-Neuter) A stick made of wood or iron, that is used to transfer pressure from users' arms to the materials to be pulverized in a mortar কাঠ বা লোৰে নিৰ্মিত মাৰি, যাৰ সহায়ত গোটা বস্তু পটা বা উৰালত খুন্দি গুড়ি কৰা হয়।

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-06-08
2. (Material Noun-Neuter) a clublike armor-breaking weapon of war, often with a flanged or spiked metal head, used chiefly in the Middle Ages. মধ্যযুগত যুদ্ধত ব্যৱহাৰ কৰা এফালে ডাঙৰ লোহাৰৰ কাঁইট থকা এবিধ অস্ত্ৰ৷