মেজাঙ্কৰিমেজাজী

মেজাজ (Assamese) [ Roman: me.jaj]
Contributed by: ৰূপকমল on 2007-03-01
1. (Abstract Noun) state of mind or feeling মনৰ বা অনুভূতিৰ এক অৱস্থা৷

Contributed by: Anup Raj Hazarika on 2022-10-13
2. (Abstract Noun) a person`s or animal`s nature, especially as it permanently affects their behaviour. এজন ব্যক্তি বা জন্তুৰ প্ৰকৃতি, বিশেষকৈ যিদৰে ই সিহঁতৰ আচৰণত স্থায়ীভাৱে প্ৰভাৱ পেলায়৷