মেল মাৰ্মেল-মিটিং

মেল-দোৱান (Assamese) [ Roman: meh-do`.wan]
Contributed by: Anjali Sonowal on 2010-10-25
1. (Abstract Noun) A person or body of persons having to hear and decide disputes so as to bind the parties. কোনো কথা আলোচনা কৰিবলৈ বা গোচৰৰ মীমাংসা কৰিবলৈ এজন বা ততোধিক বিচাৰক লৈ একত্ৰ হোৱা মানুহৰ সমাজ ৷