মেলামেলান

মেলা-চিকাৰ (Assamese) [ Roman: me.la-si.kar]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-23
1. (Proper Noun-Neuter) a method of catching wild elephants by running them down with domesticated tame elephants. কোনো প্ৰাচীৰ বা গড় নসজাকৈ ঘৰচীয়া হাতীৰ সহায়ত হাবিত খেদি-খেদি বনৰীয়া হাতী ধৰা পদ্ধতি।