মোৰ হেৰামোৰোকনি

মোৰাব্বা (Assamese) [ Roman: mo`.rab.ba]
Contributed by: Atul Ch. Kakoti on 2009-10-19
1. (Material Noun-Neuter) Pulp of rip fruits boiled in sugar and canned for long term storage. A kind of sweet savory. পকা ফলৰ কোমল থপথপীয়া অংশৰ সৈতে চেনি মিহলাই উতলাই তৈয়াৰ কৰা এবিধ মিঠা খাদ্য ৷