মৰণশীলতামৰণা মাৰ্

মৰণা (Assamese) [ Roman: mo.ro.na]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-13
1. (Material Noun-Neuter) a heap of peddy in stalk spread on the ground for thrashing grain by cattle. ধান, মাহ বা সৰিয়হ আদি পথাৰৰ পৰা কাটি আনি একেলগে গোটাই শস্য মাৰি উলিয়াবলৈ মেলি থোৱা ধান, মাহ বা সৰিয়হৰ গা-গছৰ দ’ম ৷
Assamese: মৰণা,
Karbi: sokpun,
Dimasa: mara