মৰ্ম্মে মৰ্ম্মেমৰ্যদা

মৰ্ম্মৰ (Assamese) [ Roman: mor.mor]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-19
1. (Material Noun-Neuter) metamorphosed limestone, consisting chiefly of recrystallized calcite or dolomite, capable of taking a high polish, occurring in a wide range of colors and variegations and used in sculpture and architecture মূলতঃ দানাদাৰ কেলচাইট আৰু দ’ল’মাইটেৰে গঠিত স্ব-পৰিৱৰ্ত্তিত চূণশিল, যাক অতি নিমজ কৰিব পাৰি আৰু বিভিন্ন ৰঙত পোৱা যায় ৷ স্থাপত্য আৰু ভাস্কৰ্য্য শিল্পত ইয়াক বহুলভাৱে প্ৰয়োগ কৰা হয় ৷