যুক্তকৰযুক্তি

যুক্তাক্ষৰ (Assamese) [ Roman: juk.ta.khyor]
pl: যুক্তাক্ষৰবোৰ
Contributed by: Biraj Kumar Kakati on 2009-08-20
1. (Proper Noun) Two or more successive letters which represent a single phonological unit. দুটা বা ততোধিক বৰ্ণ লগ লাগি এটা স্বৰ অথবা ধ্বনি বুজোৱা চিহ্ন/যুগ্ম-বৰ্ণ৷