যুক্তৰাজ্যযুক্তৰাষ্ট্ৰীয়

যুক্তৰাষ্ট্ৰ (Assamese) [ Roman: juk.to.ras.tro]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-26
1. Place(Abstract Noun) A country located in the North American continent উত্তৰ আমেৰিকা মহাদেশৰ এখন দেশৰ নাম৷

Contributed by: Abhijit Kalita on 2012-09-22
2. Political Science(Abstract Noun) A system of government in which several states form a unity but remain independent in internal affairs. এক শাসন ব্যৱস্থা য’ত বহুকেইখন ৰাষ্ট্ৰ একগোট হয়, কিন্তু নিজ নিজ অভ্যন্তৰিণ কাম-কাজত স্বাধিন হৈ থাকে৷