যোজ্যযোত্ৰ

যোজ্যতা (Assamese) [ Roman: jo`.jyo.ta]
Contributed by: Rupankar Mahanta on 2008-03-13
1. (Abstract Noun) The combining capacity of an atom or radical determined by the number of electrons that it will lose, add, or share when it reacts with other atoms কোনো পৰমাণু বা ৰাসায়নিক মূলকৰ আন পৰমাণুৰ সৈতে যোজিত হোৱাৰ ক্ষমতা; আন পৰমাণুৰ সৈতে সংযোজিত হওঁতে পৰমাণুটোৱে হেৰুওৱা, লাভ কৰা বা বিনিময় কৰা ইলেক্ট্ৰ’ণৰ সংখ্যাৰ দ্বাৰা ইয়াক সূচোৱা হয়।