যোৰণযোৰহাট

যোৰহটীয়া (Assamese) [ Roman: jor.ho.ti.ya]
Contributed by: Partha P Sarmah on 2008-05-19
1. (Proper Adj.-Common) a person who lives in the city or district of Jorhat, has acquired or learnt the intrinsic qualities specific to that place and exihibit those features in his/her daily life. যোৰহাট জিলা বা মহানগৰত বসবাস কৰা আৰু এই ঠাইৰ সুকীয়া বৈশিষ্ট, ভাষাৰ ঠাঁচ আদি আয়ত্ব কৰা,কথাই কামে এইবিলাক অসচেতন আৰু স্বয়ংক্ৰিয় ভাবে প্ৰকাশ কৰা লোক৷