লাভৱানলামলাকটি

লামখ (Assamese) [ Roman: la.mokh]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-06
1. (Material Noun-Neuter) a kind of trap made of rope or chord used to catch water-birds পানীত থকা চৰাই ধৰিবলৈ ব্যৱহাৰ কৰা ৰচীৰে তৈয়াৰী এক প্ৰকাৰ ফান্দ
Assamese: লামখ