লাহে ধীৰেলাহেকৈ

লাহে-লাহে (Assamese) [ Roman: la.he-la.he]
1. (Adverb) moving or proceeding with little or less than usual speed or velocity গতানুগতিক বেগতকৈ কিছু কম বেগেৰে বা ধীৰ গতিৰে লৰচৰ কৰা বা আগুৱাই যোৱা

Contributed by: Dr (Mrs) Krishna Barua on 2006-03-17
2. (Adverb) from one stage to the next in sequence. এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।